Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

আৰম্ভ হল প্ৰধান মন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা। লাভ কৰিব সকলো কৃষকে ১৫ হাজাৰকৈ টকা। (PMKSY)

আৰম্ভ হল প্ৰধান মন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা। লাভ কৰিব সকলো কৃষকে ১৫ হাজাৰকৈ টকা। (PMKSY) 





( অপূৰ্ব দাস )


প্রধানমন্ত্রী কৃষি সিঞ্চয়ী যোজনা কি ?

প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা চমুকৈ পিএমকেএছৱাই জল সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি।


ভাৰত চৰকাৰে জল সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাপনাক উচ্চ অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰে। ইয়াক গতিশীল কৰিবলৈ জলসিঞ্চনৰ কভাৰেজ (প্ৰতিখন খেতি তে পানী ) সম্প্ৰসাৰণ আৰু পানী অধিক কাৰ্যক্ষমভাৱে ব্যৱহাৰ (More Crop Per Drop)ৰ দৃষ্টিভংগীৰে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা (PMKSY) প্ৰৱৰ্তন কৰে। এই আঁচনিখনে উৎস সৃষ্টি, বিতৰণ, ব্যৱস্থাপনা, ক্ষেত্ৰ প্ৰয়োগ, আৰু অন্যান্য সম্প্ৰসাৰণ কাৰ্য্যকলাপৰ ওপৰত এটা সমাধান প্ৰদান কৰিব।




এই আঁচনিত নতুনকৈ সকলো কৃষকে অনলাইন আবেদন কৰিব পাৰিব । প্ৰতিজন কৃষকে এবাৰত ১৫ হেজাৰকৈ টকা লাভ কৰিব।

ইয়াৰ বাবে তলৰ পদক্ষেপ সমূহ গ্ৰহণ কৰিব -


১/ https://pmksy.nic.in/PMKSY/Login-dm.aspx লৈ যাওঁক 

২/ ক্লিক কৰক farmer registration 

৩/ ক্লিক কৰক New User

৪/ Department ৰ বাচনি কৰক - agriculture 

৫/ financial year - বাচনি কৰক ২০২৪/২০২৫

৬/ Application type - বাচনি কৰক - যদিহে নিজা তেন্তে 'individual' ( ব্যক্তি কেন্দ্ৰিক ) নাইবা অন্যান্য নিজাকৈ বাচনি কৰক।


৭/ Applicant Category - Geeneral farmer নাইবা Small Famer বাচনি কৰক।


৮/ ব্যক্তিজনৰ নাম 'Applicant name' লিখিব।


৯/ সম্পৰ্কীয় ব্যক্তিৰ নামৰ বাকচত 

 S/O পুত্ৰই আবেদন কৰিলে নিজৰ দেউতাকৰ বা মাকৰ নাম।

D/O জীয়েকে আবেদন কৰিলে একেই মাক বা দেউতাকৰ নাম আৰু 

W/O পত্নীয়ে আবেদন কৰিলে নিজৰ স্বামীৰ নাম লিখিব।


১০/ Name is local language ঘৰুৱা ভাষাত কি নাম লিখিব ( লিখাৰ প্ৰয়োজন নাই)

১১/ Name is local language ( লিখাৰ প্ৰয়োজন নাই)

১২/ Applicant social status : ST/ OBC নিজৰ জাতি অনুসৰি বহুৱাব।


১৩/ শিক্ষাগত অৰ্হতা বহুৱাব / যদি পঢ়া শুনা নাই বাচনি নকৰিব।


১৪/ ইয়াৰ পিছত লিংগ, বয়স, ইমেইল আইডি আৰু বছৰেকীয়া ইনকাম ১০,০০০ কৈ বহুৱাব।


১৫/ ইয়াৰ পিছত ৰেচন কাৰ্ডৰ নম্বৰ, পান কাৰ্ড আৰু ভোটাৰ আইডি বহুৱাব।


১৬/ কৃষক ক্ৰেডিট কাৰ্ড যদি আছে বহুৱাব।

১৭/ ইয়াৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰ বহুৱাব।


১৮/ ইয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ ঠিকনা বহুৱাব।

১৯/ বেংকৰ একাউণ্টৰ তথ্যবোৰ বহুৱাব।

২০/ শেষত আপোনাৰ লোকেচনৰ সৈতে ফটো আপলোড কৰিব ২০০ KB ৰ ।

(এই প্ৰক্ৰিয়া কিছুদিনৰ ভিতৰত 
আৰম্ভ হ'ব । )

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.