বিহুৰ পোচাক নাই নেকি? আপোনাৰ বাবে বিহুৰ সাজ-পোচাক লৈ আহিছো । আপোনাৰ ফটোখন এনেদৰে তৈয়াৰ কৰক বিহুৰ সাজেৰে ।
By Good Assam
ITC Sun Rises North East এ লৈ আহিছে আপোনাৰ বাবে বিহুৰ সাজ-পোচাক । আপোনাৰ ফটোখন এনেদৰে তৈয়াৰ কৰক বিহুৰ সাজেৰে ।
পদক্ষেপঃ ১ -
তলত Generate Now চাওঁক -
পদক্ষেপঃ ২
আপোনাৰ নাম , WhatsApp থকা নম্বৰ ,লিংগ আৰু বয়স বহুৱাই Submit কৰক
পদক্ষেপঃ ৩
ইয়াৰ পিছত "BEGAN" ক্লিক কৰক আৰু আপোনাৰ ফটোখন আপলোড কৰক।
আপোনাৰ সাধাৰণ ফটোখন বিহু সাজৰ সৈতে আহিব আপোনাৰ WhatsApp নম্বৰত।
এযোৰ বিহু সাজ পিন্ধিবলৈ সোনকাল কৰক আৰু আপলোড কৰক আপোনাৰ ফটো আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ।
অধিক জানিবলৈ ভিডিঅʼটি চাওঁক -



