By Good Assam
ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে ভাল খবৰ। গুড অসমে লৈ আহিছে বিশেষ সুবিধা। ধৰক আপোনাৰ এখন দোকান আছে নাইবা আপোনাৰ বিক্ৰী কৰিবলগীয়া সামগ্ৰী আছে, কিন্তু আপোনাৰ গ্ৰাহক কম বাবে উপাৰ্জন খুব কম।
চিন্তা নকৰিব , গুড অসমৰ দ্বাৰা প্ৰস্তুত " Good Bazar "
এখন ডিজাটেল অনলাইন বজাৰ লৈ আহিছে।
এই বিক্ৰীৰ ৱেবছাইটটোৰ জৰিয়তে আপোনাৰ বহুতো সামগ্ৰী বিক্ৰী কৰিব পাৰিব।
গুড অসমে আজিৰ পৰা "বিক্ৰেতা সকলক" আমন্ত্ৰণ কৰিছে যাতে তেওঁলোকে "গুড বজাৰৰ" সৈতে জড়িত হৈ উপাৰ্জনৰ পথ দুগুণ কৰে।
আজিৰ এই সময়ত যিকোনো বস্তু অনলাইনৰ জৰিয়তে বিক্ৰী কৰা আৰু কিনাৰ বহু জনপ্ৰিয় হৈছে। কিন্তু সৰু ব্যৱসায়ী সকলৰ বাবে এয়া সম্ভৱ নহ'য়। কাৰণ ডাঙৰ ডাঙৰ শ্বংপিং ৱেবছাইটত সমূহৰ দ্বাৰা বিক্ৰী কৰিবলৈ GST নম্বৰ লাগে। GST নম্বৰ নাথাকিলে ৱেবছাইটত সমূহৰ জৰিয়তে বিক্ৰী কৰিব নোৱাৰে। এই GST নম্বৰৰ বাবেও চৰকাৰক বহু পৰিমাণৰ ধন দি থাকিব লগা হয়।
আনহাতে ব্যৱসায়ৰ বাবে শ্বপিং ৱেবছাইটটিকো ধন দি থাকিব লগা হয়।
সৰু ব্যৱসায়ী সকলৰ এনে সমস্যাৰ বাবে ব্যৱসায় কেৱল অফলাইনতে সীমাবদ্ধ হৈ থাকে। সৰু ব্যৱসায়ী সকলৰ এনে সমস্যা দূৰ কৰাৰ বাবে গুড অসমে লৈ আহিছে এই বিশেষ সুবিধা। আপোনাৰ ব্যৱসায় বহুতেই গম পাব আৰু বিক্ৰীও দুই গুণ লাভ কৰিব । ইয়াৰ বাবে কোনো ধৰণৰ মাহিলী টকা খৰচ কৰিব নালাগে।
কি কি কিব লাগিব আৰু কি কি সুবিধা লাভ কৰিব ?
• GST নম্বৰ নোহোৱাকৈ আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব।
• কোনো ধৰণৰ মাহিলী চাৰ্জ দিব নালাগে।
• মাথো জইন হ'বলৈ নিজৰ আধাৰ কাৰ্ড নাইবা পান কাৰ্ড জমা দিলেই হ'ল।
• আপোনাৰ সম্পূৰ্ণ ঠিকণা আৰু ফোন নম্বৰ উল্লেখ কৰিব লাগিব।
• আপোনাৰ ঘৰতেই থাকি ব্যৱসায় আৰম্ভ কৰিব পাৰিব।
• গুড অসমক মাথো বিক্ৰী কৰিব বিচৰা সামগ্ৰীৰ ফটো পঠিয়াব লাগিব।
• আপুনি কিমান দামত বিক্ৰী কৰিব সেইটো জনাব লাগিব।
• অৰ্ডাৰ আহিলে আপোনাক ফোন কৰা হ'ব।
• আপুনি গ্ৰাহকৰ ঠিকনাৰ সৈতে ভালদৰে পেকিং কৰি সাজু ৰাখিব লাগিব।
• ডেলিভাৰী সেৱা সমূহে আপোনৰ সামগ্ৰী আনিবলৈ যাব নাইবা আপোনাক ফোন কৰিব আৰু বস্তুটো লৈ আহি গ্ৰাহকক দিব। গ্ৰাহকৰ পৰা লাভ কৰা টকাৰ কিছু অংশ ওজন মতে তেওঁলোকে ল'ব। যেনে - ৫০০ গ্ৰাম ওজনৰ বস্তুৰ বাবে India Speed Post এ ল'য় ৪০ টকা আৰু অন্যান্য যেনে Ecom Express এ ল'য় ৬৮ টকা । বাকিখিনি আপুনি লাভ কৰিব।
• গুড অসমে মাহত মাথো ২০০ টকা ল'ব পাৰে যদিহে আপোনাৰ ব্যৱসায় ভাল হ'য়।
• এনেদৰে আপোনাৰ সামগ্ৰী গোটেই অসম নাইবা গোটেই ভাৰতত বিক্ৰী কৰিব পাৰে।
• এই সেৱা বৰ্তমান উপলব্ধ হৈছে গুড অসমৰ এণ্ড্ৰইড এপ্লিকেচনত।
• 100 % বিশ্বাসযোগ্য।
• আপুনি গুড অসমৰ এণ্ড্ৰইড এপ্লিকেচন ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰক -
• অধিক জানিবলৈ ই-মেইল পঠিয়াব পাৰে আৰু ফেচবুক পেজলৈ গৈ মেচেজ কৰিব পাৰে।
ই-মেইল : goodassam@hotmail.com
ফেচবুক - https://m.facebook.com/GoodAssam24
